বৃটিছ আমোলতে অসমৰ জিলা গঠন প্রক্রিয়া আৰম্ভ হয়। ইয়াৰ আগতে অসমখন উজনি আৰু নামনি এই দুভাগত ভাগ কৰি ইংৰাজে সমগ্র অসমৰ শাসন পৰিচালনা কৰিছিল। ১৮৩১ চনত কমিছনাৰ ৰবাৰ্টছনে অসমৰ ধনশিৰি নদীৰ পশ্চিম অংশ পাঁচখন জিলাত ভাগ কৰাৰ পৰা আৰম্ভ কৰি ২০২২ চনৰ ২৩ জানুৱাৰী লৈকে অসমত মুঠ ৩৫ খন জিলা গঠন হয়৷ তলত এই জিলা সমুহৰ গঠনৰ সময় আৰু নামৰ তালিকা উল্লেখ কৰা হৈছে-
অসমৰ জিলা সমূহৰ তালিকা:
ক্ৰঃ নংঃ
জিলাৰ নাম
চন
১
বাকছা
২০০৩
২
বৰপেটা
১৯৮৩
৩
বিশ্বনাথ
২০১৫
৪
বঙাইগাঁও
১৯৮৯
৫
বজালী
২০২১
৬
কাচৰ
১৮৭৮
৭
চৰাইদেউ
২০১৫
৮
চিৰাং
২০০৪
৯
দৰং
১৯৮৩
১০
ধেমাজি
১৯৮৯
১১
ধুবুৰী
১৯৮৩
১২
ডিব্ৰুগড়
১৯৭১
১৩
ডিমা হাছাও
২০১০
১৪
গোৱালপাৰা
১৯৮৩
১৫
গোলাঘাট
১৯৮৭
১৬
হাইলাকান্দি
১৯৮৯
১৭
হোজাই
২০১৫
১৮
যোৰহাট
১৯৮৩
১৯
কামৰূপ মহানগৰ
২০০৩
২০
কামৰূপ
২০০৩
২১
কাৰ্বি আংলং
১৯৭৬
২২
কৰিমগঞ্জ
১৯৮৩
২৩
কোকৰাঝাৰ
১৯৮৩
২৪
লখিমপুৰ
১৮৩৯
২৫
মাজুলী
২০১৬
২৬
মৰিগাঁও
১৯৮৯
২৭
নগাঁও
১৮৩৩
২৮
নলবাৰী
১৯৮৫
২৯
শিৱসাগৰ
১৮৮৩
৩০
শোণিতপুৰ
১৯৮৩
৩১
দক্ষিণ ছালমাৰা-মানকাচৰ
২০১৬
৩২
তিনিচুকীয়া
১৯৮৯
৩৩
তামুলপুৰ
২০২২
৩৪
উদালগুৰি
২০০৪
৩৫
পশ্চিম কাৰ্বি
আংলং
২০১৫
ক্ৰঃ নংঃ |
জিলাৰ নাম |
চন |
১ |
বাকছা |
২০০৩ |
২ |
বৰপেটা |
১৯৮৩ |
৩ |
বিশ্বনাথ |
২০১৫ |
৪ |
বঙাইগাঁও |
১৯৮৯ |
৫ |
বজালী |
২০২১ |
৬ |
কাচৰ |
১৮৭৮ |
৭ |
চৰাইদেউ |
২০১৫ |
৮ |
চিৰাং |
২০০৪ |
৯ |
দৰং |
১৯৮৩ |
১০ |
ধেমাজি |
১৯৮৯ |
১১ |
ধুবুৰী |
১৯৮৩ |
১২ |
ডিব্ৰুগড় |
১৯৭১ |
১৩ |
ডিমা হাছাও |
২০১০ |
১৪ |
গোৱালপাৰা |
১৯৮৩ |
১৫ |
গোলাঘাট |
১৯৮৭ |
১৬ |
হাইলাকান্দি |
১৯৮৯ |
১৭ |
হোজাই |
২০১৫ |
১৮ |
যোৰহাট |
১৯৮৩ |
১৯ |
কামৰূপ মহানগৰ |
২০০৩ |
২০ |
কামৰূপ |
২০০৩ |
২১ |
কাৰ্বি আংলং |
১৯৭৬ |
২২ |
কৰিমগঞ্জ |
১৯৮৩ |
২৩ |
কোকৰাঝাৰ |
১৯৮৩ |
২৪ |
লখিমপুৰ |
১৮৩৯ |
২৫ |
মাজুলী |
২০১৬ |
২৬ |
মৰিগাঁও |
১৯৮৯ |
২৭ |
নগাঁও |
১৮৩৩ |
২৮ |
নলবাৰী |
১৯৮৫ |
২৯ |
শিৱসাগৰ |
১৮৮৩ |
৩০ |
শোণিতপুৰ |
১৯৮৩ |
৩১ |
দক্ষিণ ছালমাৰা-মানকাচৰ |
২০১৬ |
৩২ |
তিনিচুকীয়া |
১৯৮৯ |
৩৩ |
তামুলপুৰ |
২০২২ |
৩৪ |
উদালগুৰি |
২০০৪ |
৩৫ |
পশ্চিম কাৰ্বি আংলং |
২০১৫ |